মূল পৃষ্ঠা
আমি কোন
as
العربية - عربي
English - إنجليزي
español - إسباني
português - برتغالي
Kiswahili - سواحيلي
Français - فرنسي
Русский - روسي
اردو - أردو
italiano - إيطالي
Türkçe - تركي
አማርኛ - أمهري
ไทย - تايلندي
සිංහල - سنهالي
Wikang Tagalog - فلبيني تجالوج
Tiếng Việt - فيتنامي
नेपाली - نيبالي
Hausa - هوسا
Wollof - ولوف
বাংলা - بنغالي
ئۇيغۇرچە - أيغوري
অসমীয়া - آسامي
فارسی - فارسي
فارسی دری - دري
azərbaycanca - أذري
Ўзбек - أوزبكي
Deutsch - ألماني
Shqip - ألباني
فلبيني مرناو - فلبيني مرناو
български - بلغاري
ဗမာ - بورمي
bosanski - بوسني
polski - بولندي
தமிழ் - تاميلي
татар теле - تتاري
română - روماني
svenska - سويدي
Soomaali - صومالي
тоҷикӣ - طاجيكي
Pulaar - فولاني
कश्मीरी - كشميري
bahasa Melayu - ملايو
മലയാളം - مليالم
magyar - هنجاري مجري
हिन्दी - هندي
Èdè Yorùbá - يوربا
ελληνικά - يوناني
қазақ тілі - كازاخي
中文 - صيني
Bahasa Indonesia - إندونيسي
پښتو - بشتو
Luganda - لوغندي
తెలుగు - تلقو
日本語 - ياباني
ትግርኛ - تجريني
Кыргызча - قرغيزي
Kurdî - كردي
Nederlands - هولندي
čeština - تشيكي
українська - أوكراني
suomi - فنلندي
Norwegian - نرويجي
ქართული - جورجي
ދިވެހި - ديفهي
Türkmençe - تركماني
afaan oromoo - أورومو
ភាសាខ្មែរ - خميرية
ಕನ್ನಡ - كنادي
lietuvių - ليتواني
bamanankan - بامبارا
Soninke - سوننكي
Malagasy - ملاغاشي
Sängö - سانجو
Српски - صربي
Afaraf - عفري
Kinyarwanda - كينيارواندا
Bi zimanê Kurdî - كردي كرمنجي
Akan - أكاني
Chichewa - شيشيوا
ગુજરાતી - غوجاراتية
Mõõré - موري
créole - كريولي
মূল পৃষ্ঠা
আমি কোন
Contact Us
/
হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।...
হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।...
আব্দুল্লাহ বিন ছালাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আহিল, তেতিয়া মানুহে তেখেতৰ ফালে ঢাপলি মেলিলে। তেওঁলোকে কৈ আছিলঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে, আল্লাহৰ ৰাছুল আহিছে, আল্লাহৰ ৰাছুল আহিছে, তিনিবাৰ। ময়ো দেখিবলৈ মানুহৰ সৈতে তাত গৈ উপস্থিত হ'লোঁ। যেতিয়া মই তেখেতৰ মুখমণ্ডল ভালকৈ চালোঁ, তেতিয়া মই নিশ্চিত হ'লোঁ যে, এইটো কোনো মিছলীয়াৰ মুখমণ্ডল হ'ব নোৱাৰে। সেই সময়ত তেখেতৰ পৰা মই প্ৰথমে যিটো কথা শুনিছিলোঁ, সেয়া আছিল এইটোঃ "হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
(তিৰমিজী, ইবনে মাজাহ, আহমদ)
ব্যাখ্যা
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মদীনালৈ আগমন কৰিলে, তেখেতক দেখি মানুহে তেখেতৰ ফালে দৌৰি আহিল, তাৰে মাজৰ এজন আছিল আব্দুল্লাহ বিন ছালাম। তেওঁ আছিল এজন ইয়াহুদী পণ্ডিত। তেওঁ যেতিয়া তেখেতক দেখিছিল তেতিয়া তেওঁ নিশ্চিত হৈছিল যে, তেখেতৰ মুখমণ্ডল কোনো মিছলীয়াৰ মুখমণ্ডল নহয়। কাৰণ তেখেতৰ মুখমণ্ডলৰ পৰা জ্যোতি, সৌন্দৰ্য্য আৰু সততা প্ৰকাশ পাইছিল। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সৰ্বপ্ৰথম যিটো কথা শুনিছিল, য'ত তেখেতে মানুহক এনেকুৱা কাম কৰিবলৈ উৎসাহিত কৰিছিল, যিবোৰ কাম জান্নাতত প্ৰৱেশৰ কাৰণ হ'ব। সেয়া হৈছেঃ প্ৰথমঃ বেছি বেছি ছালাম প্ৰচাৰ কৰা। চিনাকি হওক বা অচিনাকি সকলোকে ছালাম দিয়া। দ্বিতীয়ঃ দান খয়ৰাতৰ জৰিয়তে হওক বা হাদিয়া অথবা নিমন্ত্ৰণ আদিৰ মাধ্যমতে হওক মানুহক আহাৰ কৰোৱা। তৃতীয়ঃ মাকৰ ফালৰ পৰাই হওক বা পিতৃৰ ফালৰ পৰা, সকলো প্ৰকাৰ আত্মীয়তাৰ সম্পৰ্ক অটুট ৰখা। চতুৰ্থঃ ৰাতিত মানুহে টোপনি যোৱাৰ পিছত, নফল চালাত বা তাহাজ্জুদ আদায় কৰা।
Hadeeth benefits
মুছলিমসকলৰ মাজত ছালাম প্ৰচাৰ কৰাটো মুস্তাহাব। আনহাতে অমুছলিমক প্ৰথমে ছালাম দিয়া উচিত নহয়। যদি সিহঁতে ছালাম কৰি কয়ঃ আচ্ছালামু আলাইকুম, তেন্তে ইয়াৰ উত্তৰত কেৱল এইখিনি ক'ব লাগেঃ ওৱা আলাইকুম।
Share
Use the QR code to easily share the message of Islam with others
Copy Link
copied!
আমাৰ সৈতে যোগাযোগ কৰক
×
নাম
ই-মেইল
বাৰ্তা
আমাৰ সৈতে যোগাযোগ কৰক
×
যোগাযোগৰ বাবে ধন্যবাদ, ইন শ্বা আল্লাহ আমি আপোনাৰ বাৰ্তা
Share