- ফৰজ নামাজৰ পিছত এই দুআটো নিয়মিত পাঠ কৰা মুস্তাহাব।
- মুছলিমসকলে নিজৰ ধৰ্মকলৈ গৌৰৱ কৰা উচিত আৰু ইয়াৰ প্ৰতিটো বিধান নিজৰ জীৱনত বাস্তৱায়িত কৰা উচিত। যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়।
- হাদীছত যদি (دُبر الصلاة) শব্দটো উল্লেখ থাকে আৰু সেইটো যদি জিকৰ-আজকাৰ হয় তেন্তে সেইটো ছালামৰ পিছত পঢ়িব লাগে আৰু যদি দুআ হয় তেন্তে ছালামৰ আগত পঢ়িব লাগিব।