- ইমামৰ সৈতে মুক্তাদীসকলৰ চাৰিটা অৱস্থা হ'ব পাৰেঃ তাৰে তিনিটা অৱস্থাৰ পৰা নিষেধ কৰা হৈছে। যেনে- ইমামৰ আগত কোনো কাম কৰা, নাইবা ইমামৰ সৈতে লগে লগে কোনো কাম কৰা, অথবা ইমামতকৈ বহুত পিছত কৰা। সঠিক অৱস্থাটো হৈছে, ইমামৰ অনুসৰণ কৰা।
- নামাজত মুক্তাদীসকলে ইমামৰ অনুসৰণ কৰা ওৱাজিব।
- ইমামৰ আগত মূৰ তোলা লোকৰ মূৰ, গাধৰ মূৰলৈ পৰিবৰ্তন হোৱাটো নিশ্চিতভাৱে সম্ভৱ। এইটো হৈছে এক প্ৰকাৰ বিকৃতি।