- হাদীছটোত প্ৰতিজন মুছলিমকে ফৰজ আৰু নফল নামাজৰ ক্ষেত্ৰত আগ্ৰহী হ'বলৈ উৎসাহিত কৰা হৈছে। কাৰণ যিমান নামাজ পঢ়িব সিমানে ছাজদাহ কৰিব।
- হাদীছটোত চাহাবাসকলৰ বোধ আৰু জ্ঞানৰ উমান পোৱা গৈছে। কাৰণ তেওঁলোকে জানিছিল যে, আল্লাহৰ ৰহমতৰ পিছত, আমল অবিহনে জান্নাত লাভ কৰাটো সম্ভৱ নহয়।
- নামাজত কৰা ছাজদাহ হৈছে মৰ্যাদা উন্নীত হোৱাৰ আৰু গুনাহ ক্ষমা হোৱাৰ অন্যতম কাৰণ।