- এই দুআটো প্ৰত্যেক নামাজৰ শেষ ছাজদাৰ পিছত যিটো তাশ্বাহহুদৰ বৈঠক হয় সেইটোত পঢ়িব লাগে, লগতে তিনি আৰু চাৰি ৰাকাত বিশিষ্ট নামাজত দুই ৰাকাতৰ পিছত যিটো বৈঠক হয় সেইটোতো পঢ়িব লাগে।
- তাশ্বাহহুদৰ বৈঠকত "আত্তাহিয়্যাতু" পাঠ কৰা ওৱাজিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত যিকোনো শব্দৰে তাশ্বাহহুদ পঢ়া জায়েজ।
- গুনাহ নোহোৱা নিজৰ মনে বিচৰা যিকোনো দুআ নামাজৰ এই স্থানত কৰিব পাৰে।
- দুআ কৰাৰ সময়ত প্ৰথমে নিজৰ বাবে দুআ কৰা মুস্তাহাব।