- হাদীছটোত নামাজৰ গুৰুত্ব বৰ্ণিত হৈছে, আৰু ইয়াৰ আদায় আৰু কাজা পালনত অৱহেলা কৰিবলৈ নিষেধ কৰা হৈছে।
- উচিত কোনো কাৰণ নোহোৱাকৈ নিৰ্দিষ্ট সময়ৰ পৰা নামাজ পলম কৰা বৈধ নহয়।
- পাহৰি যোৱা ব্যক্তিয়ে মনত পৰাৰ পিছত আৰু টোপনিত থকা ব্যক্তিয়ে সাৰ পোৱাৰ পিছত লগে লগে নামাজ পঢ়ি লোৱাটো বাধ্যতামূলক।
- কাজা নামাজ পলম নকৰাকৈ পঢ়ি লোৱাটো বাধ্যতামূলক, যদিও নিষিদ্ধ সময়তে নহওক কিয়।