- কেৱল ৰুকুৰ পৰা উঠাৰ বাহিৰে চালাতৰ প্ৰত্যেক উঠা নমাৰ সময়তে তাকবীৰ দিব লাগে। ৰুকুৰ পৰা উঠোঁতে ক'ব লাগে, ছামি আল্লাহু লিমান হামিদাহ।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত হিফাজত কৰাৰ ক্ষেত্ৰত লগতে তেখেতক অনুসৰণ কৰাৰ ক্ষেত্ৰত চাহাবাসকল খুবেই আগ্ৰহী আছিল।