- উচ্চস্বৰে পঢ়া চালাত হ'লেও দুআ এ ইস্তিফতাহ (প্ৰাৰম্ভিক দুআ) মনে মনে পঢ়িব লাগে।
- চাহাবায়ে কেৰাম ৰাদ্বিয়াল্লাহু আনহুম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা আৰু গতি-বিধি সম্পৰ্কে জানিবলৈ অত্যন্ত আগ্ৰহী আছিল।
- দুআয়ে ইস্তিফতাহ কেইবাটাও আছে। গতিকে এই ক্ষেত্ৰত উত্তম হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত তথা প্ৰমাণিত সেই দুআবোৰ কেতিয়াবা ইটো আৰু কেতিয়াবা সিটো পাঠ কৰা উচিত।