- নামাজৰ জৰিয়তে অন্তৰে প্ৰশান্তি লাভ কৰে, কাৰণ নামাজৰ দ্বাৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়।
- সিহঁতৰ ধাৰণাক খণ্ডন কৰা, যিসকলে ইবাদতক বোজা বা কঠিন বুলি অনুভৱ কৰে।
- নিজৰ ওপৰত থকা ওৱাজিবাত তথা অনিবাৰ্য্য দায়িত্বসমূহ যিয়ে পালন কৰে আৰু ইয়াৰ পৰা যেতিয়া তেওঁ দায়মুক্ত হৈ যায়, তেতিয়া তেওঁ শান্তি অনুভৱ কৰে।