- প্ৰাপ্তবয়স্ক হোৱাৰ আগতে সন্তানক দ্বীনৰ বিধি-বিধানসমূহ শিকাব লাগে, বিশেষকৈ নামাজৰ গুৰুত্বপূৰ্ণ বিধানসমূহ।
- শাসনৰ উদ্দেশ্যে প্ৰহাৰ কৰিব লাগে, শাস্তি বিহাৰ উদ্দেশ্যে নহয়। গতিকে অৱস্থা অনুসৰি শাসন কৰিব লাগে।
- চৰীয়তে মান-সন্মানো সংৰক্ষণ কৰিছে। লগতে প্ৰত্যেক সেই পথ বন্ধ কৰিছে, যি পথে মানুহক বিপথে পৰিচালিত কৰে।