- গুনাহৰ শ্ৰেণী বিভাগ আছে, কিছুমান সৰু আৰু কিছুমান হৈছে ডাঙৰ।
- ডাঙৰ গুনাহৰ পৰা আঁতৰি থাকিলেহে সৰু গুনাহবোৰ মাৰ্জিত হয়।
- সেইবোৰ গুনাহক কাবীৰাহ গুনাহ বুলি কোৱা হয় যিবোৰ গুনাহৰ বাবে এই পৃথিৱীতেই শাস্তি নিৰ্ধাৰণ কৰা আছে, অথবা আখিৰাতত শাস্তি বা
- তাৰ ওপৰত আল্লাহ অসন্তুষ্ট হ'ব বুলি সতৰ্কবাণী দিয়া হৈছে, নাইবা ভৰ্ৎসনা কৰা হৈছে অথবা কৰ্তাৰ প্ৰতি অভিশাপ কৰা হৈছে। যেনে- ব্যভিচাৰ, মাদক দ্ৰৱ্য সেৱন আদি।