- জামাতত নামাজ পঢ়া ওৱাজিব। কিয়নো বাধ্যতামূলক তথা ওৱাজিব কামৰ বাবেহে অৱকাশৰ অনুমতি দিয়া হয়।
- হাদীছটোত উল্লেখিত «فأجب» এই শব্দটোৰ দ্বাৰা বুজা যায় যে, আজান শুনিব পৰা প্ৰতিজন ব্যক্তিৰ বাবে জামাতত নামাজ আদায় কৰা ওৱাজিব। কাৰণ হুকুম বা আদেশ হৈছে ওৱাজিব হোৱাৰ প্ৰমাণ।