- হায়েজ শেষ হোৱাৰ পিছত নাৰীসকলৰ বাবে গোছল কৰা অনিবাৰ্য।
- ইস্তিহাজাগ্ৰস্ত নাৰীৰ বাবে নামাজ পঢ়া অনিবাৰ্য।
- হায়েজ হৈছে এক প্ৰকাৰ প্ৰাকৃতিক তেজস্ৰাৱ, যিটো এজনী প্ৰাপ্তবয়স্ক নাৰীৰ গৰ্ভাশয়ৰ পৰা লজ্জাস্থানৰ মাধ্যমত ওলাই আহে। এই তেজ নিৰ্দিষ্ট দিনত ওলায়।
- ইস্তাহাজা হৈছে গৰ্ভাশয়ৰ নিম্নভাগৰ পৰা ওলোৱা এক প্ৰকাৰ অসাময়িক তেজস্ৰাৱ। এইটো গৰ্ভাশয়ৰ পৰা নোলায়।
- হায়েজ আৰু ইস্তিহাজাৰ মাজৰ পাৰ্থক্যঃ হায়েজৰ তেজ ক'লা গাঢ় আৰু গোন্ধযুক্ত হয়, আনহাতে ইস্তিহাজাৰ তেজ হৈছে ক'লা, পাতল গোন্ধ নথকা তেজ।