- ইছলামে পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৱিত্ৰতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
- জুমুআৰ দিনা গোছল কৰাটো হৈছে গুৰুত্বপূৰ্ণ মুস্তাহাব আমল।
- মূৰ ধোৱাৰ কথা উল্লেখ কৰা হৈছে, যদিও শৰীৰৰ ভিতৰতে এইটোও অন্তৰ্ভুক্ত, সুকীয়াকৈ উল্লেখ কৰাৰ অৰ্থ হৈছে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া।
- যদি শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়, যাৰ দ্বাৰা মানুহে কষ্ট পায় তেন্তে গোছল কৰা অনিবাৰ্য।
- জুমুআৰ দিনা গোছল কৰিবলৈ বেছি গুৰুত্ব দিয়া হৈছে। কাৰণ এইটো হৈছে বিশেষ গুৰুত্বপূৰ্ণ দিন।