- অজুৰ সময়ত ইস্তিনশ্বাক্ব ওৱাজিব। অৰ্থাৎ নাকত পানী দিয়াৰ সময়ত উশাহত পানী নাকৰ ভিতৰ ভাগলৈ টানি লোৱাটো অনিবাৰ্য। এইদৰে ইস্তিনছাৰ কৰাও অনিবাৰ্যঃ অৰ্থাৎ নিশাহত সজোৰে সেই পানী উলিয়াই দিয়া অনিবাৰ্য।
- বিযোৰ সংখ্যক ঢিলাৰে কলুখ কৰা মুস্তাহাব।
- টোপনিৰ পৰা উঠি ভালকৈ তিনিবাৰ হাত ধুব লাগে।