- হাদীছটোত এই কথা স্পষ্ট হৈছে যে, ইছলামে শিষ্টাচাৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ দিয়ে।
- ময়লা-আৱৰ্জনাযুক্ত বস্তুক পৰিহাৰ কৰা উচিত। একান্ত বাধ্য অৱস্থাত বাওঁহাতেৰে সেয়া পৰিষ্কাৰ কৰা উচিত।
- বাওঁ হাতৰ ওপৰত সোঁহাতক মৰ্যাদা দিয়া হৈছে।
- ইছলামী চৰীয়ত পৰিপূৰ্ণ, আৰু ইয়াৰ ভিতৰত সকলো প্ৰকাৰ শিক্ষাক সামৰি লোৱা হৈছে।