- সৰু ল'ৰা ছোৱালীবোৰক দ্বীনৰ মৌলিক বিষয়বোৰ যেনে- তাওহীদ, ইছলামিক শিষ্টাচাৰ আদি শিক্ষা দিব লাগে।
- কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।
- আল্লাহৰ ওপৰত ভৰসা আৰু তাৱাক্কুল কৰাৰ নির্দেশ দিয়া হৈছে, তেওঁৰ বাহিৰে আন কাৰো ওপৰত নহয়। তেওঁ অত্যন্ত উত্তম কৰ্মবিধায়ক।
- ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা আৰু এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰা। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান।
- যিয়ে আল্লাহৰ বিধি-বিধানক ভ্ৰূক্ষেপ নকৰে, নিশ্চয় আল্লাহেও তাক ভ্ৰূক্ষেপ নকৰে আৰু সুৰক্ষা প্ৰদান নকৰে।