- দুআও হৈছে এক প্ৰকাৰ ইবাদত, যিটো আল্লাহৰ বাহিৰে আন কাৰো ওচৰতেই কৰা বৈধ নহয়।
- তাওহীদৰ ফজিলত, কাৰণ যিয়ে ইয়াৰ ওপৰত থাকি মৃত্যুবৰণ কৰিব সি জান্নাতত প্ৰৱেশ কৰিব। যদিও কিছুমান গুনাহৰ কাৰণে শাস্তি হ'ব পাৰে।
- শ্বিৰ্কৰ পৰা সাৱধান কৰা হৈছে, কাৰণ যিয়ে ইয়াৰ ওপৰত মৃত্যুবৰণ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।