- চাহাবাসকলে নিজৰ আমল সম্পৰ্কে বহুত গুৰুত্বশীল আছিল। সেইকাৰণে তেওঁলোকে অজ্ঞতা যুগত কৰা ভুলৰ বিষয়টোতো ভয় কৰিছিল।
- ইছলামৰ ওপৰত অটল থকাৰ প্ৰতি উৎসাহিত কৰা হৈছে।
- ইছলামত প্ৰৱেশ কৰাৰ অন্যতম এটা ফজিলত হৈছে এই যে, ইয়াৰ ফলত পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়।
- মুৰ্তাদ আৰু মুনাফিকসকলক সিহঁতৰ প্ৰতিটো আমল সম্পৰ্কে সোধ-পোচ কৰা হ'ব, যিবোৰ সিহঁতে অজ্ঞতা যুগত কৰিছে আৰু যিবোৰ সিহঁতে ইছলামত প্ৰৱেশ কৰাৰ পিছত কৰিছে।