- ছোৱাব বৃদ্ধি কৰি আৰু গুনাহক হ্ৰাস কৰি মহান আল্লাহে এই উম্মতৰ প্ৰতি মহা অনুগ্ৰহ কৰিছে।
- আমলৰ ক্ষেত্ৰত নিয়্যতৰ গুৰুত্ব আৰু ইয়াৰ প্ৰভাৱ।
- সৰ্বশক্তিমান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ, দয়া আৰু কৃপা যে, তেওঁ সেই ব্যক্তিকো ছোৱাব প্ৰদান কৰে যিয়ে কেৱল নেক কৰ্ম কৰাৰ নিয়্যত কৰিছে কিন্তু এতিয়াও বাস্তৱায়ন কৰা নাই।