- আখিৰাতত মানুহৰ ঠিকনা চিৰস্থায়ী হ'ব, জান্নাত হওক বা জাহান্নাম।
- ক্বিয়ামত দিৱসৰ ভয়াৱহতা সম্পৰ্কে সতৰ্ক কৰা হৈছে যে, সেই দিৱসটো হ'ব আফচোচ, পৰিতাপ আৰু অনুতপ্ত হোৱাৰ দিন।
- হাদীছটোত ইংগিত কৰা হৈছে যে, জান্নাতীসকল সদায় আনন্দত থাকিব আৰু জাহান্নামীসকল সদায় দুশ্চিন্তাত থাকিব।