- মানুহৰ কথাক ভয় কৰি সত্যক অৱজ্ঞা কৰা ঠিক নহয়।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দায়িত্ব হৈছে কেৱল পথ দেখুৱা, সত্যপথ স্পষ্ট কৰা। হিদায়তৰ তাওফীক দিয়াৰ ক্ষমতা তেওঁৰ হাতত নাই।
- ইছলামৰ প্ৰতি আহ্বান কৰাৰ উদ্দেশ্যে অসুস্থ বেমাৰী কাফিৰক সাক্ষাৎ কৰিবলৈ যোৱা বৈধ।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ সদায় আগ্ৰহী আছিল।