- চৰীয়ত বিৰোধী কোনো কাম দেখাৰ লগে লগে বাধা দিয়া উচিত, পলম কৰিব নালাগে। যাতে ইয়াৰ ফলত কোনো ডাঙৰ ক্ষতি নহয়।
- কিয়ামতৰ দিনা গুনাহ অনুপাতে শাস্তিৰ ক্ষেত্ৰতো পাৰ্থক্য হ'ব।
- জীৱ-জন্তুৰ ছবি অংকন কৰাটো হৈছে কাবীৰাহ গুনাহ।
- আল্লাহৰ সৃষ্টিৰ সাদৃশ্যতা প্ৰদৰ্শনৰ উদ্দেশ্যে ছবি অংকন কৰা হাৰাম। যদিও ছবি অংকনকাৰীৰ উদ্দেশ্য সাদৃশ্যতা হওক বা নহওক।
- চৰীয়ত হিফাজতৰ প্ৰতি তেওঁলোক খুবেই আগ্ৰহী আছিল, হাৰামৰ কথা শুনাৰ লগে লগে নিজৰ সম্পদ সংৰক্ষণ কৰা পাত্ৰটোৰ প্ৰতিও ভ্ৰুক্ষেপ কৰা নাছিল।
- জীৱ-জন্তুৰ ছবি অংকন কৰিবলৈ নিষেধ কৰা হৈছে। যি ধৰণৰেই নহওক কিয়। যদিও সি পেছাদাৰীয়ে নহওক কিয়।