- তাক্বদীৰ তথা ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য।
- কদৰ কোৱা হয়ঃ আল্লাহে তেওঁৰ সৃষ্টিৰ সকলো বিষয় সম্পৰ্কে অৱগত, তথা সিহঁতৰ ইচ্ছা অনিচ্ছা আদি সকলো তথ্য তেওঁ লিপিবদ্ধ কৰি ৰাখিছে।
- এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পূৰ্বেই ভাগ্য লিপিবদ্ধ কৰিছে। এই ঈমানে সন্তুষ্টি আৰু আত্মসমৰ্পন কৰিবলৈ শিকায়।
- আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পূৰ্বে ৰহমানৰ আৰচ পানীৰ ওপৰত আছিল।