- গতিকে প্ৰকোপৰ সন্মুখীন হোৱা আৰু পথভ্ৰষ্ট হোৱা লোকসকলৰ পথৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে ইল্ম অনুসৰি আমল কৰা।
- এই হাদীছটোৰ দ্বাৰা ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ পথত পৰিচালিত হোৱাৰ পৰা সতৰ্ক কৰা হৈছে। লগতে পোন পথক তথা ইছলামক অনিবাৰ্যৰূপে ধৰি ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
- ইয়াহুদী আৰু খ্ৰীষ্টান আটায়েই পথভ্ৰষ্ট আৰু প্ৰকোপৰ চিকাৰ হোৱা লোক। কিন্তু ইয়াহুদীসকলৰ বিশেষ বৈশিষ্ট্য হৈছে সিহঁতৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হৈছে আৰু খ্ৰীষ্টানসকলৰ বিশেষ বৈশিষ্ট্য হৈছে যে, সিহঁত পথভ্ৰষ্ট।