- হাদীছটোত ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰিবলৈ নিষেধ কৰা হৈছে। লগতে ইয়াৰ দুষ্পৰিণাম উল্লেখ কৰিছে আৰু কৈছে এইটোৱে হৈছে ধ্বংসৰ কাৰণ।
- পূৰ্বৱৰ্তী উম্মতৰ পৰা শিক্ষা লোৱা উচিত, অৰ্থাৎ সিহঁতে যি ভুল কৰিছে তাৰ পৰা আঁতৰি থকা উচিত।
- ছুন্নতৰ অনুসৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।