- সৎ লোকৰ সংগ অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এইদৰে অসৎ লোকৰ সংগ অৱলম্বন কৰিবলৈ নিষেধ কৰা হৈছে।
- হাদীছটোত বন্ধুক নিৰ্দিষ্ট কৰা হৈছে, আত্মীয়ক নহয়। কাৰণ বন্ধুক আপুনি নিৰ্বাচন কৰিব পাৰে, আনহাতে আত্মীয়ক নিৰ্বাচন কৰিবলৈ আপোনাৰ কোনো ক্ষমতা নাই।
- চাইচিতি সংগ অৱলম্বন কৰিব লাগে।
- মুমিনসকলৰ সংগত থাকিলে মানুহৰ দ্বীন মজবুত হয়, আৰু ফাছিক্বসকলৰ সংগত থাকিলে দুৰ্বল হয়।