- কোনো উদ্দেশ্য নোহোৱাকৈয়ে কেৱল সংবাদটোৰ গুৰুত্ব বুজাবলৈ শপত খোৱা বৈধ, যদি বিষয়টো ভৱিষ্যতৰ সৈতে সম্পৃক্ত হয়।
- শপতৰ পিছত ইন শ্বা আল্লাহ বুলি কৈ শপতক পৃথক কৰা বৈধ। আনহাতে শপতৰ সৈতে পৃথক কৰিবলৈ কোৱা কথাষাৰৰ উদ্দেশ্য যদি বেলেগ হয় যদিও একেলগে কোৱা হৈছে তেন্তে সেই শপত ভংগ কৰিলেও কোনো কাফ্ফাৰা নাই।
- যদি বিপৰীত বিষয়টোত কল্যাণ থাকে তেনে অৱস্থাত শপত ভংগ কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু শপতৰ কাফ্ফাৰা আদায় কৰিবলৈ কোৱা হৈছে।