- আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। এইটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টিত পৃথিৱীৰ সকলো বস্তুতকৈ পছন্দনীয়।
- বেছি বেছি জিকৰ-আজকাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ ইয়াত ছোৱাব আৰু প্ৰতিদানৰ মাত্ৰা অধিক।
- পাৰ্থিৱ ভোগ-সামগ্ৰী অতি তুচ্ছ, আৰু ইয়াৰ চাহিদা ধ্বংসশীল তথা ক্ষণস্থায়ী।