- যিয়ে একেলেঠাৰিয়ে পাঠ কৰিছে আৰু যিয়ে বিভিন্ন সময়ত পাঠ কৰিছে উভয়েই এই ছোৱাব লাভ কৰিব।
- তাছবীহ হৈছে আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা, আৰু হাম্দ হৈছে মুহাব্বত আৰু সন্মান সহকাৰে তেওঁক পূৰ্ণাংগ গুণাৱলীৰে বিশেষিত কৰা।
- হাদীছটোত সৰু গুনাহ ক্ষমা হোৱাৰ কথা বুজোৱা হৈছে। আনহাতে কবীৰাহ গুনাহৰ বাবে তাওবা জৰুৰী।