- দ্বীন হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ, সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআৰ আৰম্ভণিত ইয়াৰ কথা উল্লেখ কৰিছে।
- দ্বীন হৈছে মানুহৰ সুৰক্ষা কবচ, ইয়াৰ দ্বাৰাই মানুহে সকলো প্ৰকাৰ অনিষ্টতাৰ পৰা সুৰক্ষিত থাকে।
- দ্বীন আৰু আখিৰাতৰ কাৰণেই দুনিয়াৱী ক্ষেত্ৰত সংশোধনৰ বাবে দুআ কৰিব লাগে।
- দ্বীনি ক্ষেত্ৰত ফিতনাৰ আশংকা কৰি মৃত্যু কামনা কৰাটো কোনো দোষণীয় নহয়। অথবা আল্লাহৰ ওচৰত শ্বহীদি মৃত্যু কামনা কৰাটোও দোষণীয় নহয়।