- হাদীছটোত ছুৰা বাক্বাৰাৰ শেষ দুই আয়াতৰ গুৰুত্ব বৰ্ণিত হৈছে। সেই আয়াত দুটা হৈছেঃ আ-মানাৰ ৰাছুলুৰ ----- পৰা আৰম্ভ কৰি ছুৰাৰ শেষলৈকে)
- ছুৰা বাক্বাৰাৰ শেষৰ দুই আয়াত ৰাতিত পঢ়িলে মানুহে বিভিন্ন ধৰণৰ অনিষ্টতা আৰু চয়তানৰ পৰা সুৰক্ষিত থাকে।
- সূৰ্য অস্ত যোৱাৰ লগে লগে ৰাতি আৰম্ভ হয় আৰু ফজৰ উদয় হোৱাৰ লগে লগে ৰাতি শেষ হয়।