- বেছি বেছি কোৰআন তিলাৱত কৰিবলৈ উৎসাহিত কৰা হৈছে।
- কোৰআন তিলাৱতকাৰী ব্যক্তিয়ে প্ৰতিটো আখৰৰ বিনিময়ত এটাকৈ ছোৱাব লাভ কৰে, আৰু সেই ছোৱাবক দহগুণ বৃদ্ধি কৰি প্ৰদান কৰা হয়।
- হাদীছটো আল্লাহৰ ৰহমত আৰু দয়াৰ প্ৰমাণ যে, তেওঁ বান্দাসকলক তেওঁৰ অনুগ্ৰহত ছোৱাব বৃদ্ধিকৈ প্ৰদান কৰে।
- অন্যান্য বাণীৰ তুলনাত কোৰআনৰ ফজিলত বৰ্ণিত হৈছে, কাৰণ ইয়াৰ তিলাৱত হৈছে ইবাদত, লগতে এইখন হৈছে আল্লাহৰ কালাম।