- হাদীছটোত দ্বীনি জ্ঞানৰ গুৰুত্ব তথা ফজিলত বৰ্ণিত হৈছে আৰু দ্বীনি জ্ঞান অৰ্জন কৰিবলৈ উৎসাহিত কৰা হৈছে।
- সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকিবলৈ এই উম্মতৰ অংশ হোৱাটো বাঞ্চনীয়, এতেকে যদি কোনো ফিৰ্কাই সত্যৰ পৰা আঁতৰি যায় তেন্তে বেলেগ কোনো ফিৰ্কাই সত্যক আঁকোৱালি লব।
- গভীৰ দ্বীনি জ্ঞান অৰ্জনে প্ৰমাণ কৰে যে, আল্লাহে সেই বান্দাৰ মঙ্গল কামনা কৰে।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ইচ্ছা আৰু নিৰ্দেশ মৰ্মে চৰীয়তৰ জ্ঞান দান কৰিছিল, তেওঁ মনে সজা একো কোৱা নাছিল।