- হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা হাঁচিৰ নিয়ম-নীতি বৰ্ণিত হৈছে। গতিকে ইয়াৰ অনুসৰণ কৰা উচিত।
- হাঁচি কৰাৰ সময়ত মুখত আৰু নাকত কাপোৰ অথবা ৰুমাল ৰখা মুস্তাহাব। যাতে মুখ বা নাকৰ পৰা ওলোৱা কোনো বস্তুৱে ওচৰৰ লোকক কষ্ট নিদিয়ে।
- হাঁচি কৰাৰ সময়ত শব্দ লাঘৱ কৰিব লাগে। এইটো হৈছে পূৰ্ণাংগ আদব তথা উত্তম চৰিত্ৰ।