- সোঁ হাতেৰে খোৱা ওৱাজিব আৰু বাওঁ হাতেৰে খোৱা হাৰাম।
- চৰীয়তি বিধান পালনৰ ক্ষেত্ৰত অহংকাৰ কৰিলে, বান্দা শাস্তি পোৱাৰ যোগ্য হৈ যায়।
- মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দিয়া সন্মানসমূহৰ ভিতৰত অন্যতম এটা সন্মান হৈছে এই যে, তেওঁ নবীৰ দুআ কবূল কৰিছিল।
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ সদায় কৰিব লাগে, আনকি খোৱা-বোৱাৰ সময়তো।