- আল্লাহ অত্যন্ত দয়ালু তাৰেই প্ৰমাণ। কাৰণ তেৱেঁই জীৱিকা প্ৰদান কৰি ধন্য কৰিছে আৰু ইয়াৰ প্ৰশংসা কৰিলে তেওঁ সন্তুষ্টও হয়।
- সৰু সুৰা কামৰ জৰিয়তেও আল্লাহৰ সন্তুষ্টি লাভ কৰিব পাৰি। যেনে- পানাহাৰ কৰাৰ পিছত আল্লাহৰ চুকৰিয়া আদায় কৰা।
- পানাহাৰ কৰাৰ এইটো এটা অন্যতম নীতি যে, খোৱা-বোৱা কৰাৰ পিছত আলহাম্দুলিল্লাহ বুলি কৈ আল্লাহৰ প্ৰশংসা কৰিব লাগে।