- এই হাদীছটোত যি তাকাল্লুফৰ পৰা নিষেধ কৰা হৈছে, সেইটো হৈছে যেনে- অধিক প্ৰশ্ন কৰা, অথবা এনেকুৱা কোনো কাম কৰা যিটোৰ বিষয়ে কোনো জ্ঞান নাই, অথবা কোনো কামক এনেকৈ কঠিন বনাই লোৱা,য'ত আল্লাহে প্ৰশস্ততা ৰাখিছে।
- প্ৰতিজন মুছলিমে নিজৰ মাজত উদাৰতা ৰাখিব লাগে, লগতে খোৱা-বোৱা, কথা-বতৰা আৰু অন্যান্য বিষয়ত অনাৱশ্যক কষ্টৰ পৰা বিৰত থাকিব লাগে।
- ইছলাম হৈছে এটা সৰল তথা সহজ ধৰ্ম।