- প্ৰতিৱেশীৰ অধিকাৰৰ গুৰুত্ব আৰু সেয়া পালন কৰা অনিবাৰ্য।
- প্রতিৱেশীৰ অধিকাৰকলৈ গুৰুত্ব সহকাৰে উপদেশ দিয়াৰ উদ্দেশ্য হৈছে, তাৰ প্রতি সদাচৰণ কৰা, মুহাব্বত কৰা আৰু তাক সন্মান কৰা, বিপদ-আপদত সহায় কৰা, অসুস্থ হ’লে খা-খবৰ লোৱা, তাৰ আনন্দত শুভেচ্ছা জ্ঞাপন কৰা, আৰু শোকৰ সময়ত সমবেদনা জ্ঞাপন কৰা প্ৰতিজন প্ৰতিৱেশীৰে কৰ্তব্য।
- প্ৰতিৱেশী যিমানেই ওচৰৰ হ'ব, তাৰ অধিকাৰ সিমানেই গুৰুত্বপূৰ্ণ।
- চৰীয়তৰ পৰিপূৰ্ণতাৰ প্ৰমাণ, কাৰণ ইয়াৰ ভিতৰত আছে সমাজ সংস্কাৰৰ যাৱতীয় বিষয়, প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰা আৰু সিহঁতক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা আদি সকলো বিষয়।