- প্ৰাণ থকা কোনো বস্তুৰেই চিত্ৰ অংকন কৰা তথা ছবি অঁকা হাৰাম। কাৰণ এইটো হৈছে শ্বিৰ্কৰ এটা মাধ্যম।
- প্ৰশাসনিক ক্ষমতা অথবা শক্তি থকা ব্যক্তিয়ে হাতৰ দ্বাৰা অনৈতিক কৰ্ম বন্ধ কৰা উচিত।
- অজ্ঞতাযুগৰ প্ৰতিটো প্ৰতীককে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাইকীয়া কৰিবলৈ খুবেই আগ্ৰহী আছিল। যেনে- ছবি, প্ৰতিমা, ভাস্কৰ্য্য আৰু কবৰৰ ওপৰত থকা নিৰ্মাণ আদি।