- ইছলাম ধৰ্ম হৈছে দয়াৰ ধৰ্ম। ই পৰিপূৰ্ণৰূপে আল্লাহৰ আনুগত্য আৰু সৃষ্টিৰ প্ৰতি দয়া কৰাৰ ওপৰত প্ৰতিষ্ঠিত।
- সৰ্বশক্তিমান আল্লাহ দয়াৰ বিশেষণেৰে বিশেষিত। মহান আল্লাহৰ দুটা বৈশিষ্ট্যগত নাম হৈছে আৰ-ৰাহমান আৰু আৰ-ৰাহীম। যাৰ ফালৰ পৰা বান্দাসকলক ৰহম কৰা হয়।
- আমল অনুসাৰেই প্ৰতিদান দিয়া হয়। সেয়ে দয়াকাৰীসকলৰ ওপৰত আল্লাহে দয়া কৰে।