- মুমিনসকলৰ মাজত পৰস্পৰ ভালপোৱা আৰু সাক্ষাতৰ সময়ত হাঁহিমুখে দেখা কৰা আৰু আনন্দিত হোৱাৰ গুৰুত্ব।
- চৰীয়তৰ পৰিপূর্ণতা আৰু ব্যাপকতাৰ প্ৰমাণ। এই চৰীয়তে প্ৰত্যেক সেই বিষয়ক অন্তৰ্ভুক্ত কৰিছে যিটোৰ মাজত মুছলিমসকলৰ কল্যাণ আৰু ঐক্য নিহিত আছে।
- সৎকৰ্মৰ প্ৰতি উৎসাহিত কৰা হৈছে, যদিও সেয়া পৰিমাণত কম হয়।
- কোনো মুছলিম ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত আনন্দ প্ৰকাশ কৰা মুস্তাহাব, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ মাজত আন্তৰিকতা আৰু ভালপোৱা প্ৰকাশ পায়।