- ইনচাফ বা ন্যায়পৰায়ণতাৰ গুৰুত্ব আৰু তাৰ প্রতি উৎসাহ প্ৰদান কৰা হৈছে।
- এই ইনচাফে ব্যাপক অৰ্থ বহন কৰে, ইয়াৰ মাজত সকলো ৰাষ্ট্ৰ আৰু মানুহৰ মাজত কৰা সকলো প্ৰকাৰ ন্যায় ফয়চালাক সামৰি লোৱা হৈছে, আনকি স্ত্ৰীসকলৰ মাজত আৰু সন্তান-সন্ততিসকলৰ মাজত কৰা ন্যায়ও ইয়াৰেই অন্তৰ্ভুক্ত।
- কিয়ামতৰ দিনা ইনচাফকাৰীসকলে পাবলগীয়া মর্যাদাৰ বৰ্ণনা।
- কিয়ামতৰ দিনা ঈমান্দাৰসকলৰ আমল অনুযায়ী তেওঁলোকৰ মর্যাদা ভিন ভিন হ'ব।
- উৎসাহ প্রদানৰ পদ্ধতি হৈছে দাৱাতৰ এটা অন্যতম পদ্ধতি, যিয়ে মানুহক আনুগত্য কৰিবলৈ উৎসাহ প্রদান কৰে।