- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শৰে আদৰ্শিত হৈ কোৰআনৰ নৈতিক শিক্ষাৰ প্ৰতি আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
- হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰক প্ৰশংসা কৰা হৈছে, আৰু এই কথা কোৱা হৈছে যে, কোৰআনেই আছিল তেখেতৰ চৰিত্ৰৰ মূল উৎস।
- কোৰআনেই হৈছে সকলো প্ৰকাৰ উত্তম চৰিত্ৰৰ মূল উৎস।
- ইছলামত চৰিত্ৰৰ দ্বাৰা মূলতে দ্বীনৰ সকলো বিষয়কে সামৰি লোৱা হৈছে, যেনে- নিৰ্দেশসমূহ পালন কৰা আৰু নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থকা আদি।