- নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগৰূপে উৎকৃষ্ট চৰিত্ৰৰ অধিকাৰী আছিল।
- উত্তম চৰিত্ৰৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল পূৰ্ণাংগ আদৰ্শৱান ব্যক্তি।
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ পৰা আদৰ্শ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।