- জান্নাতত যোৱাৰ কিছুমান কাৰণ হৈছে আল্লাহৰ সৈতে জড়িত, উদাহৰণস্বৰূপে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আনহাতে কিছুমান কাৰণ হৈছে মানুহৰ সৈতে সম্পৃক্ত যেনে- মানুহৰ সৈতে সদাচৰণ কৰা তথা উত্তম চৰিত্ৰ অৱলম্বন কৰা।
- মানুহৰ বাবে জিভাৰ ফিতনা অতিকৈ মাৰাত্মক। এইটো জাহান্নামত যোৱাৰ অন্যতম কাৰণ।
- মানুহৰ বাবে প্ৰবৃত্তিৰ কামনা-বাসনা আৰু অশ্লীলতাৰ ভয়াৱহতাও মাৰাত্মক। জাহান্নামত প্ৰৱেশ কৰাৰ এইটোৱে হৈছে অন্যতম এটা ডাঙৰ কাৰণ।