- অশ্লীলতা বৰ্জন কৰাটো মুমিনৰ বাবে অনিবাৰ্য, যেনে- বেয়া কৰ্ম তথা বেয়া কথা আদি পৰিহাৰ কৰা।
- এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্ণাংগ সচ্চৰিত্ৰৱান হোৱাৰ প্ৰমাণ যে, তেখেতে উত্তম কথা আৰু নেক আমলৰ বাহিৰে আন একো কৰা নাছিল।
- উত্তম চৰিত্র হৈছে মুমিনসকলৰ বাবে প্রতিযোগিতাৰ বিষয়। যিয়ে এই ক্ষেত্ৰত অগ্রগামী হ’ব তেৱেঁই হ’ব উত্তম মুমিন তথা পৰিপূর্ণ ঈমান্দাৰ।