/ তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।

তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোচ কাটিবলৈ নিৰ্দেশ দিছে তথা দীঘল কৰিবলৈ নিষেধ কৰিছে। আনকি বেছিকৈ চুটি কৰিব লাগে। পক্ষান্তৰে দাড়িক এৰি দিবলৈ দিছে, যাতে দীঘল হৈয়ে থাকে।

Hadeeth benefits

  1. দাড়ি খুৰোৱা হাৰাম।