- এই বৈশিষ্ট্য আৰু সতৰ্কবাণী কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। নাৰীসকল ইয়াৰ পৰা ব্যতিক্ৰম। কাৰণ সিহঁতক গোটেই শৰীৰ ঢাকি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
- তলত পৰিধান কৰা প্ৰতিটো কাপোৰেই ইঝাৰৰ অন্তৰ্ভুক্ত। পেণ্ট, লুংগী, পায়জামা আদি। এই সকলোবোৰ উক্ত হাদীছটোত উল্লিখিত চৰীয়তি বিধানৰ অন্তৰ্ভুক্ত।