- চাহাবাসকলে নিজৰ ওপৰত থকা বেলেগৰ অধিকাৰ সম্পৰ্কে জানিবলৈ খুবেই আগ্ৰহী আছিল, লগতে আনৰ ওপৰত থকা নিজৰ হক সম্পৰ্কে জানিবলৈও আগ্ৰহী আছিল।
- স্ত্ৰীৰ ভৰণ-পোষণ, বাসস্থান, থকা-খোৱা আদি স্বামীৰ ওপৰত অনিবাৰ্য্য।
- শাৰীৰিক মানসিক সকলো প্ৰকাৰ বেয়া আচৰণৰ পৰা নিষেধ কৰা হৈছে।
- মানসিক নিৰ্যাতনৰ অন্যতম এটা প্ৰকাৰ হৈছে এইদৰে কোৱা যে, তুমি হৈছা নিকৃষ্ট গোত্ৰৰ মানুহ, অথবা তোমাৰ বংশ হৈছে বেয়া বংশ ইত্যাদি ধৰণৰ কথা।